জৈৱিক কৃষি পদ্ধতিত গো-মূত্র

তাজ আহমেদ গো - মূত্র কৃষকৰ বাবে এক সহজলভ্য উপাদান । আমাৰ কৃষকসকলৰ গোঁহালিত প্ৰায়ে গৰু থাকেই । গতিকে গো - মূত্ৰ সংগ্ৰহ কৰি ভিন ভিন মিশ্ৰণ প্ৰস্তুত কৰি কৃষকসকলে উপকৃত হ ’ ব পাৰে । পৰাপক্ষত খীৰতী গাইৰ গো - মূত্র উৎকৃষ্ট ।