জৈৱিক কৃষিৰ আখৰা

জৈৱিক কৃষিৰ ব্যৱহাৰিক জ্ঞান আৰু অভিজ্ঞতাৰে পুষ্ট এলানি লেখা বৰ্ণনা কৰিছে তাজ আহমেদে - মানৱ সমাজৰ বিৱৰ্তনৰ মূল এক ঢাপ হৈছে কৃষি কাৰ্য্যৰ আৱিষ্কাৰ। কৃষি কাৰ্য্যৰ আৱিষ্কাৰ হোৱাৰ পৰাই মানুহৰ দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় প্ৰায়ভাগ সামগ্ৰীয়েই এই কৃষিক্ষেত্ৰখনৰ পৰাই আহৰণ কৰি আহিছে।