জৈৱিক কৃষিৰ আখৰা
তাজ
আহমেদ
মাছৰ
পেলনীয়া
অংশৰ
পৰা
কেনেকৈ
শস্যৰ
লাগতিয়াল
বৃদ্ধিকাৰক
তৈয়াৰ
কৰিব
পাৰি
v মাছৰ
পেলনীয়া
কাঁইট,
বাকলি,
পেটু,
ছাল
আদি
সংগ্ৰহ
কৰি
এটা
পাত্ৰত
ৰাখিব
লাগে। লক্ষ্য
কৰিব
লগীয়া
বিষয়
হ’ল-
পেলনীয়া
সামগ্ৰীবোৰ
যাতে
সতেজ
হয়।
v উল্লিখিত
সামগ্ৰীৰ
লগত
সম-পৰিমাণৰ
জুলীয়া
গুড়
যোগ
কৰক।
v পাত্ৰটো
মুখ
বন্ধ
কৰি
৩-৪
দিন
ৰাখি
দিয়ক।
v এনেদৰে
থৈ
দিলে
পাত্ৰৰ
তলিত
কিছু
জুলীয়া
দ্ৰৱ
জমা
হ’ব। এই
জুলীয়া
দ্ৰৱৰ
১
ভাগ
১০০০
ভাগ
পানীৰ
লগত
মিহলাই
শস্যৰ
পাতত
স্প্ৰে
কৰিব
পাৰি।
শস্যৰ
বৃদ্ধি
আৰু
সুৰক্ষাৰ
বাবে
ঘৰতে
তৈয়াৰ
কৰি
লব
পৰা
অন্য
এক
দ্ৰৱ
v চাউল
ধোৱা
পানী
সংগ্ৰহ
কৰিব
লাগে।
v এটা
পাত্ৰত
পানীখিনি
লৈ
মুখখন
কাপোৰেৰে
বন্ধ
কৰি
ছাঁ
পৰা
স্থানত
এসপ্তাহৰ
বাবে
ৰাখি
থব
লাগে।
v এক
সপ্তাহৰ
পিছত
এই
পানীৰ
লগত
১০
ভাগ
গাখীৰ
যোগ
কৰি
পুনৰ
এক
সপ্তাহ
ৰাখিব
লাগে। তেতিয়া
ই
এক
ঈষৎ
হালধীয়া
এক
জুলীয়া
দ্ৰৱত
পৰিণত
হ’ব।
v উক্ত
দ্ৰৱৰ
লগত
২০-৪০
অংশ
পানী
মিহলাই
শস্যত
স্প্ৰে
কৰিব
লাগে। ই
এক
জৈৱিক
ৰোগ-নাশকৰ
লগতে
শস্যৰ
বৃদ্ধিকাৰক
হিচাপেও
অৰিহণা
যোগায়।
শস্যৰ
শ্ৰী-বৃদ্ধিৰ
বাবে
প্ৰাকৃতিকভাবে
তৈয়াৰী
কিছুমান
বৃদ্ধিকাৰক:
v দোকমোকালিতে
উঠি
খৰকৈ
বৃদ্ধি
হোৱা
আৰু
স্থানীয়ভাবে
উপলব্ধ
বিভিন্নধৰণৰ
অলাগতিয়াল
উদ্ভিদৰ
সংগ্ৰহ
কৰি
সেইবোৰৰ
কুমলীয়া
অংশ
সংগ্ৰহ
কৰি
লব
লাগে।
v সংগৃহীত
উদ্ভিদ
অংশবোৰ
১:৩
অণুপাতত
গুড়ৰ
লগত
হাতেৰে
সানি
মিহলাব
লাগে। কিন্তু,
উদ্ভিদ
অংশবোৰ
মিহলোৱাৰ
আগতে
কেতিয়াও
ধুব
নেলাগে।
v এটা
বহল
মুখৰ
পাত্ৰত
উক্ত
মিশ্ৰণখিনি
ভৰাই
তাত
শিল,
ইটা
জাপি
দিব
লাগে। লক্ষ্য
কৰিব
লাগে
যাতে
গধুৰ
বস্তুৰ
হেঁচাত
উদ্ভিদৰ
অংশবোৰ
১:৩
অণুপাতত
পৰিণত
হয়।
v এতিয়া
পাত্ৰটোৰ
মুখখন
কাপোৰ
বা
কাগজেৰে
মেৰিয়াই
বন্ধ
কৰিব
লাগে।
v এইদৰে
ছাঁ
পৰা
স্থানত
৫-৭
দিন
ৰাখিব
লাগে।
v এনেদৰে
থৈ
দিলে
পাত্ৰৰ
তলত
এক
ৰস
জমা
হব। এই
ৰসৰ
১
অংশৰ
লগত
৫০০
ভাগ
পানী
যোগ
কৰি
যিকোনো
শস্যৰ
পাতত
স্প্ৰে
কৰিব
পাৰি।
v এই
মিশ্ৰণ
এক
উত্তম
প্ৰাকৃতিক
বৃদ্ধিকাৰক।