জৈৱিক কৃষি: শস্যৰ অনিষ্টকাৰী কীট নিয়ন্ত্ৰণৰ বাবে উদ্ভিদজাত কীটনাশক

নিমৰ পৰা প্ৰস্তুত কৰা বিভিন্ন কীট-নাশক




নিমৰ পৰা প্ৰস্তুত কৰা বিভিন্ন কীট-নাশক
প্ৰস্তুত দ্ৰব্য
পৰিমাণ
নিয়ন্ত্ৰণ কৰিব পৰা কীট
নিম পাত
প্ৰতিজোপা গছত২৫০ গ্ৰাম
ভেণ্ডি, বেঙেনাৰ শস্যকৃমি নিয়ন্ত্ৰণ
নিমপাতৰ ৰস

- % ( প্ৰতি লিটাৰ পানীত ২০-৫০ মিলিলিটাৰ)
মৰিছা শাক, পালেং শাকৰ পাতখোৱা পোক, অন্যান্য পাচলিৰ মোৱা পোক
নিমৰ কোঁহ
বাৰিষা বৰষুণ পৰাৰ আগে আগে মাটিত পুতি থবা লাগে
মাটিত থকা কীট
নিম গুটিৰ শাহৰ ৰস

-% ( প্ৰতি লিটাৰ পানীত ৩০-৫০ মিলিলিটাৰ)
বেঙেনাৰ মোৱা পোক, ভেণ্ডিৰ ডাল আৰু ফল বিন্ধা কৰা পোক, বিলাহীৰ ফল বিন্ধা কৰা পোক, লেচেৰা মাহৰ চেঁই বিন্ধা কৰা পোক, শাক-পাচলি আৰু ফুলৰ পাতত সুৰঙ্গ সৃষ্টিকাৰী পোক
নিমতেল

.-১০% ( প্ৰতি লিটাৰ পানীত ২৫-১০০ মিলিলিটাৰ)
মটৰ মাহৰ মোৱা পোক, এপিলেকনা বিটল, শাক-পাচলিৰ চাঁহি পোক
নিমতেল
% ( প্ৰতি লিটাৰ পানীত ৪০ মিলিলিটাৰ)
ধানৰ পাত সোহনী পোক
নিম খলিহৈ

প্ৰতি বিঘাত ৩৫ কিলোগ্ৰাম
বেঙেনাৰ আৰু ভেণ্ডিৰ ডাল আৰু ফল বিন্ধা কৰা পোক
নিম খলিহৈৰ ৰস
১০% (প্ৰতি লিটাৰ পানীত ১০০ মিলিলিটাৰ)
শাক-পাচলিৰ শস্যকৃমি

Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান