জৈৱিক কৃষি: শস্যৰ অনিষ্টকাৰী কীট নিয়ন্ত্ৰণৰ বাবে উদ্ভিদজাত কীটনাশক
নিমৰ পৰা প্ৰস্তুত কৰা বিভিন্ন কীট-নাশক
নিমৰ পৰা প্ৰস্তুত কৰা বিভিন্ন কীট-নাশক
|
||
প্ৰস্তুত দ্ৰব্য
|
পৰিমাণ
|
নিয়ন্ত্ৰণ কৰিব পৰা কীট
|
নিম পাত
|
প্ৰতিজোপা গছত২৫০ গ্ৰাম
|
ভেণ্ডি, বেঙেনাৰ শস্যকৃমি নিয়ন্ত্ৰণ
|
নিমপাতৰ ৰস
|
২- ৫ % ( প্ৰতি লিটাৰ পানীত ২০-৫০ মিলিলিটাৰ)
|
মৰিছা শাক, পালেং শাকৰ পাতখোৱা পোক, অন্যান্য পাচলিৰ মোৱা পোক
|
নিমৰ কোঁহ
|
বাৰিষা বৰষুণ পৰাৰ আগে আগে মাটিত পুতি থবা লাগে
|
মাটিত থকা কীট
|
নিম গুটিৰ শাহৰ ৰস
|
৩-৫% ( প্ৰতি লিটাৰ পানীত ৩০-৫০ মিলিলিটাৰ)
|
বেঙেনাৰ মোৱা পোক, ভেণ্ডিৰ ডাল আৰু ফল বিন্ধা কৰা পোক, বিলাহীৰ ফল বিন্ধা কৰা পোক, লেচেৰা মাহৰ চেঁই বিন্ধা কৰা পোক, শাক-পাচলি আৰু ফুলৰ পাতত সুৰঙ্গ সৃষ্টিকাৰী পোক
|
নিমতেল
|
২.৫-১০% ( প্ৰতি লিটাৰ পানীত ২৫-১০০ মিলিলিটাৰ)
|
মটৰ মাহৰ মোৱা পোক, এপিলেকনা বিটল, শাক-পাচলিৰ চাঁহি পোক
|
নিমতেল
|
৪% ( প্ৰতি লিটাৰ পানীত ৪০ মিলিলিটাৰ)
|
ধানৰ পাত সোহনী পোক
|
নিম খলিহৈ
|
প্ৰতি বিঘাত ৩৫ কিলোগ্ৰাম
|
বেঙেনাৰ আৰু ভেণ্ডিৰ ডাল আৰু ফল বিন্ধা কৰা পোক
|
নিম খলিহৈৰ ৰস
|
১০% (প্ৰতি লিটাৰ পানীত ১০০ মিলিলিটাৰ)
|
শাক-পাচলিৰ শস্যকৃমি
|