এইখন অসমৰে মীনপালন - এটি দৃশ্যশ্ৰব্য
এইয়া কোনো অন্ধ্ৰপ্ৰদেশ, পশ্চিমবঙ্গৰ দৃশ্য নহয়,
অসমৰে কৰিমগঞ্জৰ এজন মীন পালক নজৰুল হকৰ মীন পালন। তেখেতৰ পুখুৰীত ৩ মাহত ১ কেজিৰ পৰা ১.৫ কেজিলৈকে হোৱা ৰূপচন্দা আৰু কচ মাছ
ভিদিও প্ৰেৰণ কৰিছেঃ ৰূপক কুমাৰ গগৈ, শোণিতপুৰ
ভিদিও প্ৰেৰণ কৰিছেঃ ৰূপক কুমাৰ গগৈ, শোণিতপুৰ