কৃষি পাম ব্যৱসায়ৰ কিছুমান নিয়মাৱলী


আত্ম বিশ্লেষণ:
কোনো এক ব্যৱসায় আৰম্ভ কৰোতে আত্ম বিশ্লেষণ অতি দৰকাৰী নিজৰ শক্তি-সামৰ্থ্য, দুৰ্বলতা, সুযোগ আৰু প্ৰত্যাহ্বানবোৰ নিৰ্দ্ধাৰণ কৰি উপযোগী আৰু আৰু অনুপযোগী  বিষয়সমূহৰ লগত কিমেনখিনি মোকাবিলা কৰিব বিচৰা হৈছে সেয়া গম পোৱা যাব
-      আৰম্ভ কৰিব বিচৰা ব্যৱসায়ৰ ওপৰত প্ৰয়োজনীয়তা আৰু ৰাপ আছেনে?
-      নিজৰ ৰাপ আৰু মনোভাৱৰ লগত ব্যৱসায় প্ৰতিষ্ঠানৰ চৰিত্রৰ মিল আছেনে?
-      ব্যৱসায়টো ৰূপায়নৰ বাবে প্ৰয়োজনীয় দক্ষতা আৰু যোগ্যতা আছেনে?
-      দক্ষতা বিকাশৰ বাবে সক্ষমতা বৃদ্ধি প্ৰশিক্ষণত অংশগ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আছেনে?
-       কি কি উৎস নিজৰ হাতত আছে? যেনে, মানৱ সম্পদ, বিত্তীয় সম্পদ আদি
-      কিমান পৰিমাণৰ বিত্তীয় সম্পদ বিনিয়োগ কৰিবলৈ নিৰ্দ্ধাৰণ কৰা হৈছে? সেইখিনি যথেষ্ট হয়নে?
-      কোনো বিত্তীয় বিনিয়োগ গৰাকীৰ লগত যোগাযোগ কৰাতো দৰকাৰ বনে?



কি উৎপাদন আৰু বিক্ৰি কৰা ?

কি উৎপাদন কৰা ?
মাটিৰ ক্ষমতা নিৰ্দ্ধাৰণ:
-      মাটিৰ ধৰণ, ভূ-তল, জলসিঞ্চন, পানী নিৰ্গমন, পৰিৱেশীয় বাধা
-      উৎপাদনৰ বাবে আৱশ্যকীয় উৎপাদনৰ লগত মাটিৰ ক্ষমতা মিলাব লাগিব
-      প্ৰচলিত আইন কানুন
উৎপাদন তথ্য:
- উৎপাদনৰ বাবে আৰু পৰৱৰ্ত্তী পৰ্যায়ৰ বাবে দৰকাৰী প্ৰযুক্তি কৌশল, সজুঁলি আৰু যন্ত্ৰপাতিৰ উপলভ্যতা, পৰিৱেশ সেৱা আদি
- উৎপাদন তথ্যৰ উৎস: কিতাপ, ইন্টাৰনেট গৱেষণাপত্র
- বিকল্প আৰু প্ৰতিযগীতামূলক সামগ্ৰীৰ উপলভ্যতা


কি বিক্ৰি কৰা ?
- কেনেধৰণৰ উৎপাদিত দ্ৰব্য বিক্ৰি কৰা ?
- কিমান পৰিমাণে বিক্ৰি কৰা ?
- বজাৰৰ ধৰণ কি?
- কেনেধৰণৰ বজাৰ মাধ্যম ব্যৱহাৰ কৰা ?

  বিক্ৰি কৰা ?
- কোন শ্ৰেণী গ্ৰাহকক লক্ষ্য কৰি লোৱা ?

কেনেকৈ বিক্ৰি কৰা ?
- কিমান দামত বিক্ৰিৰ সিদ্ধন্ত লোৱা হৈছে?

পামৰ মাটি কিনা বনে বন্দবস্তি কৰি লোৱা যদি কিনা হয়
-      যদি বন্দৱস্তি কৰি লোৱা হয়
-      বন্দৱস্তিৰ ব্যৱস্থা
-      বন্দৱস্তিৰ পৰিমাণ
-      বন্দৱস্তিৰ কাল, চৰ্ত আৰু চুক্তিৰ দফাসমূহ
-       
মাটিখিনি উপযুক্ত হয়নে?

জলসিঞ্চন/ পানী নিৰ্গমন ব্যৱস্থা

নিকটতম বজাৰৰ দূৰত্ব

অন্যান্য আন্ত:গাথনিৰ উপলভ্যতা: পথ, বিজুলী, যোগাযোগ, সহায়কাৰী প্ৰতিষ্ঠান আদি

পাম ব্যৱসায়ৰ পৰিকল্পনা কেনেকৈ কৰিব?
উৎপাদন পৰিকল্পনা:
-      উৎপাদন সমন্ধীয় তথ্য
-      খৰচৰ তথ্য
-      হাজিৰা আৰু শ্ৰম

উৎপাদনৰ কাৰ্যক্ৰমমাহেকীয়া ভিত্তিত : সামগ্ৰী ভিত্তিত

কাৰ্যকৰী ব্যয়

বজাৰ পৰিকল্পনা:
-      বিক্ৰিৰ বাবে কি ব্যৱস্থা লোৱা ?
-      সাম্ভাব্য বিক্ৰি কেনেকৈ নিৰ্দ্ধাৰণ কৰিব?
-      তুলনামূলক প্ৰতিযোগিতাৰ সুযোগ কেনেকৈ ?
-      সামগ্ৰীৰ বৰ্ণনা
-      সামগ্ৰীৰ প্ৰতিষ্ঠা

বিত্তীয় পৰিকল্পনা:
-      পুঁজিৰ উৎস কি?
-      প্ৰকল্প আয়/লাভ লোকচানৰ প্ৰতিবেদন
-      অৰ্থপ্ৰবাহ বিশ্লেষণ
-      পামৰ উপাৰ্জন আৰু কৰ-কাটল

প্ৰতিষ্ঠানীয় সহযোগীতা:
-      প্ৰযুক্তি কৌশল: প্ৰশিক্ষণ, পৰামৰ্শ
-      বিত্তীয়, ঋণ,সুদ, পৰিশোধৰ কাল, ৰাজ-সাহাৰ্য
-      বজাৰ (ঘৰুৱা আৰু ৰপ্তানি), সম মূল্য
-      আইন আৰু ৰাজনৈতিক

 (হায়দৰাবাদস্থিত ৰাষ্ট্ৰীয় কৃষি সম্প্ৰসাৰণ পৰিচালনা প্ৰতিষ্ঠান (MANAGE) ৰ স্নাতকোত্তৰ কৃষি সম্প্ৰসাৰণ পৰিচালনা ডিপ্লমা পাঠ্যক্ৰমৰ আধাৰত এই লেখা ৰচনা কৰা হৈছে- নয়ন কুমাৰ বৰা)

Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান