Posts

"সজ কৃষি অনুশীলন"- খণ্ড-৪

Image
পথাৰত পশু - পক্ষী কেনেকৈ ৰাখিব ? কাম - কাজত লগোৱা পশু :    পশুকেইটা কাম কৰিবৰ বাবে উপযুক্ত হয়নে নহয় সেয়া পশু চিকিৎসকৰ হতুৱাই পৰীক্ষা কৰিব লাগে ।   যেতিয়া কামত লগোৱা নহয়   পশুকেইটা শস্য এলেকাৰ পৰা সুদূৰত ৰাখিব লাগে ।   নিৰ্দিষ্ট দ্ৰব্য উৎপাদনৰ  ( গাখীৰ ,  মাংস আদি )  বাবে পশু : -       পশু - পক্ষীৰ কল্যানৰ প্ৰতি গুৰুত্ব দিব লাগে : পৰ্যাপ্ত ঠাই , স্বাস্থ্যবান পশু - পক্ষী , পৰ্যাপ্ত খাদ্য আৰু পৰিষ্কাৰ পানী অন্যান্য ঘৰচীয়া প্ৰাণী :   - ঘৰচীয়া প্ৰাণী ( কুকুৰ , মেকুৰী ) খেতি - পথাৰ , ৰাসায়নিক সাৰ তথা অন্যান্য ৰাসায়নিক দ্ৰব্য থকা ঠাইৰ পৰা বহু আঁতৰত ৰাখিব লাগে । - ঘৰচীয়া প্ৰাণী যাতে খেতি  পথাৰত সোমাব নোৱাৰে তাৰ বাবে সকলো কৰ্মচাৰীকে সজাগ কৰি ৰাখিব লাগে আৰু চাইন - বৰ্ডত লিখি আঁৰি থব লাগে । শস্য চপোৱাৰ আটাইতকৈ ভাল পদ্ধতি কি ? - এই পৰ্যায়টো অতি গুৰুত্বপূৰ্ণ , কিয়নো ইয়াৰ পৰাই খাদ্য সামগ্ৰী দূষিত হব পাৰে কৰ্মীসকলে  কেনেধৰণেৰে  শস্য   চপাব লাগে ?   - শস্য চপোৱাৰ সময়ত কৰ্মীসকলৰ হাত চাফা হব লাগে , আঙু...

“সজ কৃষি অনুশীলন”-খণ্ড-৩

Image
কৃষি - ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰ কি ধৰণৰ কৃষি - ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা উচিত ? -       কি কি অপতৃণ , ৰোগ - ব্যাধিয়ে শস্যক আক্ৰমণ কৰিব পাৰে তাক আগতীয়াকৈ জানি লব লাগে -       ৰাসায়নিক দ্ৰব্যৰে নিয়ন্ত্ৰণৰ সলনি অন্য কিবা জৈৱিক উপায় আছেনেকি সেয়া চালি - জাৰি চাব লাগে -       শস্য তথা ইয়াক আক্ৰমণ কৰিব পৰা অপতৃণ , ৰোগ - ব্যাধি অনুযায়ী কি কি কৃষি - ৰাসায়নিক দ্ৰব্য ( কীটনাশক / অপতৃণনাশক আদি ) অনুমোদন কৰা হৈছে সেইবিষয়ে এজন কৃষি বিশেষজ্ঞৰ লগত আলোচনা কৰিব লাগে । -       যি বিধ কৃষি - ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰিব বিচৰা হৈছে সেইবিধ দেশীয় আইনৰ গণ্ডীৰ ভিতৰত পঞ্জীয়নভূক্ত হয়নে ? -       ম্যাদ ওকলা নাইবা নিম্ন মাণদণ্ডৰ কৃষি - ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা উচিত নহয় । -       উপৰোক্ত সকলো বিষয়ৰ বাবে এজন নিৰ্ভৰযোগ্য কৃষি বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে । নিজক...

“সজ কৃষি অনুশীলন”: খণ্ড-২

Image
“ সজ কৃষি অনুশীলন ” কেনেকৈ ৰূপায়ন কৰা হয় ? ১ । পুৰুষ আৰু মহিলা নিৰ্বিশেষে শ্ৰমিকৰ কৰ্ম পৰিবেশ কেনেকৈ উন্নত কৰিব পাৰি ? সকলো কৰ্মীকে সামাজিক সুৰক্ষা আঁচনিত অন্তৰ্ভূক্ত কৰিব লাগে । সকলো কৰ্মীকে প্ৰশিক্ষণ দিব লাগে , বিশেষকৈ কৃষি ৰাসায়নিক পদাৰ্থ / সাৰ তথা পৰিষ্কাৰ - পৰিচ্ছন্নতা আৰু প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ দিয়াতো প্ৰয়োজন । শিশুক বিদ্যালয়লৈ যোৱাটোত অগ্ৰাধিকাৰ দিব লাগে । পঢ়া - শুনাত ব্যাঘাট নজন্মাকৈ আৰু তেওলোকৰ সুৰক্ষা নিশ্চিত কৰিহে খেতি - বাতিৰ কাম - কাজত সহায়ৰ বাবে লগাব লাগে । ২ ।  পুৰুষ আৰু মহিলা  শ্ৰমিকৰ বাবে কি কি সেৱা নিশ্চিত কৰিব লাগে ? প্ৰাথমিক চিকিৎসাৰ বাকচ   জৰুৰীকালীন ফোন / মবাইল নম্বৰ ( পুলিচ , চিকিৎসালয় , অগ্নিনিৰ্বাপক বাহিনী ) নিজৰ বাবে স্বাস্থ্যৰ প্ৰমাণপত্ৰ আৰু নিযুক্ত শ্ৰমিক সকলৰো স্বাস্থ্যৰ প্ৰমাণপত্ৰ সংগ্ৰহ কৰা অঞ্চলত থকা চিকিৎসালয় বা স্বাস্থ্য - কেন্দ্ৰ সমূহে ৰূপায়ন কৰা স্বাস্থ্য সম্বন্ধীয় অনুষ্ঠানবোৰত অংশগ্ৰহণ কৰা শিশুৰ ওজন আৰু উচ্চতা সময়ে সময়ে পৰীক্ষা কৰি থাকিব লাগে যাতে তেওলোকক আহাৰ খুউৱাত হীন - দেঢ়ি নঘটে । ব্যক্...

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান